প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কৰ্ণাটক বিধানসভাৰ উপাধ্যক্ষ আনন্দ মামণিৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 23 OCT 2022 12:13PM by PIB Guwahati

কৰ্ণাটক বিধানসভাৰ উপাধ্যক্ষ আনন্দ মামণিৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“কৰ্ণাটক বিধানসভাৰ উপাধ্যক্ষ আনন্দ মামণিৰ মৃত্যুত শোকাহত হৈছো। তেওঁ আছিল এগৰাকী বলিষ্ঠ নেতা। তেওঁ সমাজ সবলীকৰণৰ বাবে আত্মনিয়োগ কৰিছিল। তেওঁ সমগ্ৰ কৰ্ণাটকতে বিজেপিক শক্তিশালীকৰণৰ বাবেও কাম কৰিছিল। তেওঁৰ পৰিয়ালবৰ্গ আৰু সমৰ্থকসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। ঔম শান্তি।”

***

DS/AK/SB


(रिलीज़ आईडी: 1870907) आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam