প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দীপাৱলীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
24 OCT 2022 8:33AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। পোহৰৰ এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সুস্বাস্থ্য কঢ়িয়াই আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"সকলোলৈ দীপাৱলীৰ শুভেচ্ছা জনাইছো। দীপাৱলী উজ্জ্বলতা আৰু জ্যোতিৰ সৈতে সম্পৰ্কিত। এই শুভ উৎসৱে আমাৰ জীৱনলৈ আনন্দ আৰু কল্যাণৰ মনোভাৱ কঢ়িয়াই আনে। মই আশা কৰোঁ আপোনালোক তথা পৰিয়াল আৰু বন্ধুবৰ্গই এক সুন্দৰ দীপাৱলী উদযাপন কৰিব।"
***
DS/ST/MANN
(ৰিলিজ আই ডি : 1870739)
অতিথি কক্ষ : 152
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam