প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আটাইতকৈ গধুৰ বাহন এলভিএম৩ৰ সফল উৎক্ষেপণৰ বাবে এনএছআইএল, ইন-স্পেচ আৰু ইছৰোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 23 OCT 2022 10:10AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আটাইতকৈ গধুৰ উক্ষেপণ বাহন এলভিএম৩ৰ সফল উক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ সংস্থা ক্ৰমে এনএছআইএল, ইন-স্পেচ আৰু ইছৰোক অভিনন্দন জনায়৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

বিশ্ব সংযোগৰ বাবে নিৰ্ধাৰিত ৩৬টা ৱানৱেব উপগ্ৰহৰ সৈতে আমাৰ আটাইতকৈ গধুৰ উক্ষেপণ বাহন এলভিএম৩ সফল উক্ষেপণৰ বাবে @NSIL_India, @INSPACeIND, @ISROক অভিনন্দন জনাইছো৷ এলভিএম৩য়ে আত্মনিৰ্ভৰতাৰ উদাহৰণ দাঙি ধৰাৰ লগতে বিশ্ব বাণিজ্যিক উক্ষেপণ সেৱা বজাৰত ভাৰতৰ প্ৰতিযোগিতামূলক শক্তি বৃদ্ধি কৰিছে৷

***

DS/ST/DB



(Release ID: 1870738) Visitor Counter : 120