প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কাৰ্গিলত আমাৰ বীৰ জোৱান সকলৰ সৈতে দীপাৱলী উদযাপন কৰিব প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 24 OCT 2022 9:49AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআমাৰ বীৰ জোৱান সকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ কাৰ্গিলত অৱতৰণ কৰিছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰে;

"প্ৰধানমন্ত্ৰী শ্ৰী @narendramodi কাৰ্গিলত অৱতৰণ কৰিছে, য'ত তেওঁ আমাৰ সাহসী সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰিব।"

***

DS/ST/MS


(रिलीज़ आईडी: 1870734) आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam