প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘মহিলাৰ এছীয়া কাপ’ জয় কৰা ‘ভাৰতীয় মহিলা ক্ৰিকেট’ দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
15 OCT 2022 6:24PM by PIB Guwahati
‘সপ্তম মহিলা এছীয়া কাপ’ জয় কৰা ‘ভাৰতীয় মহিলা ক্ৰিকেট’ দলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল’ৰ এটা ‘টুইট’ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;
“আমাৰ মহিলা ক্ৰিকেট দলে তেওঁলোকৰ দৃঢ়তা আৰু দক্ষতাৰে আমাক গৌৰৱান্বিত কৰিছে। ‘মহিলা এছীয়া কাপ’ জয় কৰাৰ বাবে দলটোক অভিনন্দন জ্ঞাপন কৰিছো। তেওঁলোকে অনবদ্য দক্ষতা আৰু দলগত প্ৰদৰ্শন দাঙি ধৰিলে। খেলুৱৈ সকলক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰয়াসসমূহৰ বাবে শুভকামনা জনালো”।
***
DS/SH/KB
(रिलीज़ आईडी: 1868297)
आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam