প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰকাশ পৰবত শ্ৰী গুৰু ৰাম দাস জীলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 11 OCT 2022 9:42AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ পৰবৰ পৱিত্ৰ উপলক্ষত শ্ৰী গুৰু ৰাম দাস জীলৈ শ্ৰদ্ধা নিবেদন কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মই প্ৰকাশ পৰবৰ পৱিত্ৰ উপলক্ষত শ্ৰী গুৰু ৰাম দাস জীক শ্ৰদ্ধা জনাইছো। তেওঁ সেৱা আৰু সহানুভূতিত গুৰুত্ব আৰোপেৰে শিখ ইতিহাস আৰু সংস্কৃতিলৈ অসামান্য বৰঙণি আগবঢ়াইছিল। তেওঁ এজন অসাধাৰণ কবিও আছিল আৰু তেওঁৰ কৰ্মৰাজিয়ে ভক্তিমাৰ্গৰ পবিত্ৰ উদ্দীপনাকে প্ৰতিফলিত কৰে।"

***

DS/SH/SB


(रिलीज़ आईडी: 1866993) आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam