পোষ্ট কৰা হৈছে:
11 OCT 2022 9:40AM by PIB Guwahati
ভাৰত ৰত্ন নানাজী দেশমুখৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"ভাৰত ৰত্ন নানাজী দেশমুখৰ জন্ম জয়ন্তীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ভাৰতৰ গ্ৰাম্য অঞ্চল আৰু কৃষি সন্দৰ্ভত প্ৰচুৰ জ্ঞান তেওঁৰ ৰচনাত প্ৰতিফলিত হৈছিল। তেওঁ এজন অসাধাৰণ চিন্তাবিদো আছিল।"
***
DS/SH/MS