প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে এলচিএইচ 'প্ৰচণ্ড'ই প্ৰতিৰক্ষা বাহিনীত যোগদান কৰাটো এক বিশেষ ক্ষণ
प्रविष्टि तिथि:
03 OCT 2022 9:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা বাহিনীত এলচিএইচ 'প্ৰচণ্ড' অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰতিজন ভাৰতীয়ক অভিনন্দন জ্ঞাপন কৰে।
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ এটা টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটত কয়:
"আমাৰ দেশৰ প্ৰতিৰক্ষা খণ্ডক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ ১৩০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পৰ বাবে প্ৰতিৰক্ষা বাহিনীত এলচিএইচ 'প্ৰচণ্ড'ৰ অন্তৰ্ভুক্তি এক বিশেষ মুহূৰ্ত। ইয়াৰ বাবে প্ৰতিজন ভাৰতীয়ক অভিনন্দন!"
***
DS/RD
(रिलीज़ आईडी: 1866452)
आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam