প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১২ অক্টোবৰলৈ বৃদ্ধি স্মৃতিচিহ্নৰ নিবিদাৰ সময়

Posted On: 07 OCT 2022 10:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনায় যে চলিত মাহৰ ১২ তাৰিখলৈকে প্ৰধানমন্ত্ৰী স্মৃতিচিহ্ন ২০২২ৰ নিবিদা সময় বৃদ্ধি কৰা হৈছে৷

সাংস্কৃতিক মন্ত্ৰালয়ৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“বিগত বছৰসমূহত মই লাভ কৰা বিশেষ উপহাৰসমূহৰ ভিতৰত এইটো অন্যতম৷ জনতাৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই স্মৃতিচিহ্নসমূহৰ নিবিদাৰ সময় ১২ তাৰিখলৈ বৃদ্ধি কৰা হৈছে৷ সকলোৱে অংশগ্ৰহণ কৰক৷”

*****

DS/DB



(Release ID: 1866036) Visitor Counter : 102