প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মুম্বাইৰ বান্দ্ৰা-ৱৰ্লি ছী লিংকত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 05 OCT 2022 9:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ বান্দ্ৰা-ৱৰ্লি ছী লিংকত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে আহতসকলৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়,

মুম্বাইৰ বান্দ্ৰা-ৱৰ্লি ছী লিংকত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি অতিশয় দুঃখিত হৈছো। শোকসন্তপ্ত পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিলো। মই আশা কৰো যে যিসকল আহত হৈছে, তেওঁলোক যাতে সোনকালে আৰোগ্য হয়।

 

***

DS/TS/DB


(रिलीज़ आईडी: 1865451) आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam