প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সংস্কৃতত ক্ৰিকেট ধাৰাভাষ্য প্ৰদানৰ প্ৰচেষ্টাৰ শলাগ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
04 OCT 2022 3:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংস্কৃত ভাষাত ক্ৰিকেট ধাৰাভাষ্য প্ৰদানৰ বাবে নাগৰিকসকলে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লৈছে৷ তেওঁ নিজৰ মন কী বাত এটা ক্লিপো শ্বেয়াৰ কৰে, য’ত তেওঁ কাশীত একেধৰণৰ প্ৰচেষ্টা শ্বেয়াৰ কৰিছিল।
এগৰাকী নাগৰিকৰ এটা টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়,
“এইটো দেখি উৎসাহী হৈছো...এই প্ৰচেষ্টা গ্ৰহণ কৰা সকললৈ অভিনন্দন।
যোৱা বছৰ #MannKiBaatৰ এটা অনুষ্ঠানৰ সময়ত মই কাশীতো একেধৰণৰ প্ৰচেষ্টা শ্বেয়াৰ কৰিছিলো। সেইটোও লগতে শ্বেয়াৰ কৰিছো৷”
***
DS/DB
(रिलीज़ आईडी: 1865450)
आगंतुक पटल : 122
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam