প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

খাদীৰ প্ৰতি জনসাধাৰণৰ মৰমক লৈ সুখ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 02 OCT 2022 10:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত খাদীৰ প্ৰতি জনসাধাৰণৰ মৰমক লৈ আনন্দ ব্যক্ত কৰিছে।খাদী ইণ্ডিয়াৰ এটা টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়;

"বাপুৰ জন্ম জয়ন্তীত খাদীৰ প্ৰতি মানুহৰ এই অপৰিসীম মৰম উৎসাহজনক।"

#খাদী৪নেচন"

***

DS/ST


(रिलीज़ आईडी: 1865029) आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam