প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰধানমন্ত্ৰীয়ে প্ৰাণ হেৰুওৱালোকৰ প্ৰতি শোক প্ৰকাশ কৰিছে
তেওঁ পিএমএনআৰএফৰ পৰা অনুদান ঘোষণা কৰে
प्रविष्टि तिथि:
28 SEP 2022 2:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাটোত আহত সকলৰ আশু আৰোগ্য কামনা কৰে। তেওঁ মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকা আৰু প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা আহতসকলক ৫০,০০০ টকাৰ অনুদান ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;
"উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত পথ দুৰ্ঘটনাত দুখিত হৈছো। শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা। মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। পিএমএনআৰএফে প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকা দিব: প্ৰধানমন্ত্ৰী @narendramodi"
***
DS/ST/RD
(रिलीज़ आईडी: 1864468)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam