প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নৱৰাত্ৰিত মা স্কন্দমাতাৰ আশীৰ্বাদ বিচাৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 30 SEP 2022 9:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ পঞ্চম দিনা সকলো ভক্তৰ বাবে মা স্কন্দমাতাৰ আশীৰ্বাদ কামনা কৰাৰ লগতে দেৱীৰ প্ৰশংসাও কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"नमामि स्कन्दमातरं स्कन्धधारिणीम्

समग्रतत्त्वसागरामपारपारगहराम्

নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱী স্কন্দমাতাক পূজা কৰা হয়। মাক স্কন্দমাতাই সকলোৰে জীৱনত নতুন শক্তি প্ৰদান কৰক। দেশবাসীৰ হৈ তেওঁৰ অভিবাদন!"

***

DS/ST/RD



(Release ID: 1864215) Visitor Counter : 89