প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মা দুৰ্গাৰ চতুৰ্থ ৰূপ মা কুষ্মাণ্ডাক প্ৰণাম প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 29 SEP 2022 8:58AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিত ভক্তসকলক মা দুৰ্গাৰ চতুৰ্থ ৰূপ মা কুষ্মাণ্ডাৰ আশীৰ্বাদ কামনা কৰিছে।

শ্ৰী মোদীয়ে দেৱীৰ প্ৰাৰ্থনা (স্তুতি) ৰ বন্দনাও শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

"নৱৰাত্ৰিৰ আজি মা দুৰ্গাৰ চতুৰ্থ ৰূপৰ শ্ৰীচৰণত কৌটি-কৌটি প্ৰাৰ্থনা কৰিছো! মা কুষ্মাণ্ডাৰ আশীৰ্বাদে প্ৰত্যেকৰে জীৱন সমৃদ্ধি আৰু সুখেৰে উপচাই পেলাই যেন, মই ইয়াৰ কামনা কৰিলো…"

 

***

DS/ST/SB


(रिलीज़ आईडी: 1863312) आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada