প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম জয়ন্তীত শ্বহীদ ভগত সিঙলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
28 SEP 2022 8:00AM by PIB Guwahati
জন্ম জয়ন্তীত শ্বহীদ ভগত সিঙলৈ শ্ৰদ্ধা নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে শ্বহীদ ভগত সিং সন্দৰ্ভত তেওঁৰ চিন্তাধাৰাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"শ্বহীদ ভগত সিংজীৰ জয়ন্তীত মই তেওঁক প্ৰণাম জনাইছোঁ। তেওঁৰ সাহসে আমাক যথেষ্ট অনুপ্ৰাণিত কৰে। আমি আমাৰ দেশৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী সাকাৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰিছোঁ।"
***
DS/ST/KG
(ৰিলিজ আই ডি : 1863301)
অতিথি কক্ষ : 195
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada