প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে অসমীয়া শব্দকোষ 'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণৰ এটা কপি গ্ৰহণ কৰে

प्रविष्टि तिथि: 21 SEP 2022 7:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী জয়ন্ত বৰুৱাৰ পৰা অসমীয়া শব্দকোষ 'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণৰ এটা কপি গ্ৰহণ কৰে। হেমকোষ ১৯শ শতিকাৰ আৰম্ভণিৰ অসমীয়া শব্দকোষৰ অন্যতম। শ্ৰী মোদীয়ে ব্ৰেইল সংস্কৰণৰ প্ৰকাশনৰ বাবে শ্ৰী জয়ন্ত বৰুৱা আৰু তেওঁৰ টীমক তেওঁলোকৰ প্ৰয়াসৰ বাবে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কৈছে;

'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণৰ এটা কপি লাভ কৰাত আনন্দিত হৈছো, যি ১৯শ শতিকাৰ আৰম্ভণিৰ অসমীয়া শব্দকোষৰ অন্যতম। মই শ্ৰী জয়ন্ত বৰুৱা আৰু তেওঁৰ টীমক ব্ৰেইল সংস্কৰণৰ প্ৰকাশনৰ বাবে তেওঁলোকৰ প্ৰয়াসৰ বাবে অভিনন্দন জনাইছো।"

 

***

DS/SH


(रिलीज़ आईडी: 1861351) आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam