প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী বিষ্ণু চৰণ ছেঠীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 19 SEP 2022 2:19PM by PIB Guwahati

ভাৰতীয় জনতা পাৰ্টিৰ ওড়িশা ইউনিটৰ নেতা শ্ৰী বিষ্ণু চৰণ ছেঠীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“শ্ৰী বিষ্ণু চৰণ ছেঠী জীয়ে ওড়িশাৰ অগ্ৰগতিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁ এজন কৰ্মঠ বিধায়ক হিচাপে নিজকে সুকীয়া কৰি তুলিছিল আৰু সামাজিক সবলীকৰণত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁৰ মৃত্যুত মই ব্যথিত। তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।”

 

***

DS/TS/MS


(रिलीज़ आईडी: 1861056) आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam