প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে নিজৰ জন্মদিন অৰ্থব্যৱস্থা, সমাজ আৰু পৰিৱেশৰ সৈতে জড়িত কাৰ্যক্ৰমত ভাগ লৈ পালন কৰে
শুভকামনা আৰু স্নেহৰ বাবে সকলোকে ধন্যবাদ জনায়
শুভকামনাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গণ্যমান্য ব্যক্তিসকলক ধন্যবাদ দিয়ে
प्रविष्टि तिथि:
17 SEP 2022 9:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ জন্মদিন অৰ্থব্যৱস্থা, সমাজ আৰু পৰিৱেশৰ সৈতে জড়িত কাৰ্যক্ৰমত ভাগ লৈ পালন কৰে। তেওঁ শুভকামনা আৰু স্নেহৰ বাবে সকলোৰে কৃতজ্ঞতা প্ৰকাশ কৰে।
শ্ৰী মোদীয়ে টুইট কৰে:
"মই প্ৰাপ্ত স্নেহেৰে অভিভূত। মই এনে প্ৰতিজন ব্যক্তিক ধন্যবাদ জনাইছো যিসকলে মোক মোৰ জন্মদিনত শুভকামনা দিছে। এই শুভকামনাই মোক অৰু কঠিন কাম কৰাৰ শক্তি দিয়ে। মই সেই সকলো লোকৰ প্ৰশংসা কৰিছো যিসকলে এই দিনটো বিভিন্ন সামুদায়িক সেৱা পদক্ষেপৰ বাবে সমৰ্পিত কৰিলে। তেওঁলোকৰ সংকল্প প্ৰশংসনীয়।"
***
DS
(रिलीज़ आईडी: 1860460)
आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam