প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰখ্যাত পুৰাতাত্ত্বিক শ্ৰী ব্ৰজবাসী লালৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে সমবেদনা জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
10 SEP 2022 3:21PM by PIB Guwahati
প্ৰখ্যাত পুৰাতাত্ত্বিক শ্ৰী ব্ৰজবাসী লালৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমবেদনা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"শ্ৰী বি বি লাল এজন উৎকৃষ্ট ব্যক্তি আছিল। সংস্কৃতি আৰু পুৰাতত্ত্বলৈ তেওঁৰ অৱদান অতুলনীয়। তেওঁক এজন মহান বুদ্ধিজীৱী হিচাপে স্মৰণ কৰা হ'ব ৷ তেওঁ আমাৰ সমৃদ্ধ অতীতৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ কৰি তুলিছিল। তেওঁৰ মৃত্যুত গভীৰ দুখ পাইছো। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে মোৰ সমবেদনা থাকিল। ওম শান্তি।"
***
DS/TS/MANN
(ৰিলিজ আই ডি : 1858912)
অতিথি কক্ষ : 153
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam