প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কৰ্ণাটকৰ মন্ত্ৰী শ্ৰী উমেশ কট্টীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 07 SEP 2022 10:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ মন্ত্ৰী শ্ৰী উমেশ কট্টীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰী কয়,

“শ্ৰী উমেশ কট্টী জী এগৰাকী অভিজ্ঞতাসম্পন্ন নেতা আছিল, যিগৰাকীয়ে কৰ্ণাটকৰ উন্নয়নত যথেষ্ট অৱদান আগবঢ়াইছিল৷ তেওঁৰ বিয়োগ মৰ্মাহত হৈছো৷ এই দুখৰ মুহূৰ্তত মই তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ওম শান্তি৷”

 

***

DS/ST/DB



(Release ID: 1857375) Visitor Counter : 86