প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রীয়ে শ্ৰী গুৰু গ্ৰন্থ সাহিব জীৰ প্ৰকাশ পৰ্বৰ পৱিত্ৰ উপলক্ষে অভিনন্দন জনায়

পোষ্ট কৰা হৈছে: 28 AUG 2022 12:10PM by PIB Guwahati

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গ্ৰন্থ সাহিব জীৰ প্ৰকাশ পৰ্বৰ পৱিত্ৰ উপলক্ষে সকলোকে, বিশেষকৈ শিখ সমুদায়ৰ লোকক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"আজি, শ্ৰী গুৰু গ্ৰন্থ সাহিব জীৰ প্ৰকাশ পৰ্বৰ পৱিত্ৰ উপলক্ষে, সকলোকে, বিশেষকৈ শিখ সমুদায়ৰ লোকসকলক মোৰ শুভকামনা। শ্ৰী গুৰু গ্ৰন্থ সাহিব জীৰ পৱিত্ৰ শিক্ষাই লাখ লাখ লোকক শক্তি দিয়ে আৰু আমাৰ সমাজক অধিক ন্যায়পূৰ্ণ, সমাৱেশী আৰু কৰুণাময় কৰি তোলে।"

 

***

DS/TS


(ৰিলিজ আই ডি : 1855153) অতিথি কক্ষ : 135