প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মন কী বাতৰ বাবে জনসাধাৰণক নিজৰ চিন্তা-ধাৰাৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
Posted On:
17 AUG 2022 9:28AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৮ আগষ্টৰ পুৱা ১১ বজাত অনুসূচীত মন কী বাতৰ আগন্তুক খণ্ডৰ বাবে জনসাধাৰণক তেওঁলোকৰ চিন্তা-ধাৰা আৰু তথ্য ভাগ বতৰা কৰিবলৈ আমন্ত্ৰণ জনাইছে। চিন্তা-ধাৰাসমূহ মাইগভ, নমো এপত ভাগ বতৰা কৰিব পাৰিব, বা বাৰ্তা ৰেকৰ্ড কৰিবলৈ ১৮০০-১১-৭৮০০ নম্বৰলৈ ডায়েল কৰিব পাৰিব।
মাইগভৰ আমন্ত্ৰণ ভাগ-বতৰা কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"২৮ আগষ্টত আগন্তুক #MannKiBaat কাৰ্যসূচীৰ বাবে চিন্তা-ধাৰা আৰু ইনপুটৰ বাবে অপেক্ষা কৰি আছো। মাইগভ বা নমো এপত লিখক। বৈকল্পিকভাৱে, ১৮০০-১১-৭৮০০ ডায়েল কৰি এটা বাৰ্তা ৰেকৰ্ড কৰক।
https://www.mygov.in/group-issue/inviting-ideas-mann-ki-baat-prime-minister-narendra-modi-28th-august-2022/?target=inapp&type=group_issue&nid=333371"
***
DS/ST/MANN
(Release ID: 1852534)
Visitor Counter : 160
Read this release in:
Kannada
,
Telugu
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Malayalam