প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দেশ বিভাজনৰ সময়ত যিসকলে প্ৰাণ হেৰুৱাইছিল, সেই সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 AUG 2022 9:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে দেশ বিভাজনৰ সময়ত যিসকলে প্ৰাণ হেৰুৱাইছিল, সেই সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“আজি #PartitionHorrorsRemembranceDay উপলক্ষে মই দেশ বিভাজনৰ সময়ত যিসকলে প্ৰাণ হেৰুৱাইছিল, সেই সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু আমাৰ ইতিহাসৰ সেই কৰুণ সময়ছোৱাত দুৰ্ভোগ ভোগা সকলো লোকৰে ধৈৰ্য আৰু সাহসৰ শলাগ লৈছো৷ ”

*****

DS/SH/DB


(रिलीज़ आईडी: 1852177) आगंतुक पटल : 185
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam