প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্ব সিংহ দিৱসত সিংহ সংৰক্ষণবিদসকলৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
10 AUG 2022 8:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব সিংহ দিৱস উপলক্ষে সিংহ সংৰক্ষণবিদসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।
কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ কেবিনেট মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱৰ টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;
তেখেতে কয়, “#WorldLionDay ৰ দিনা সৌম্য সিংহসমূহক সুৰক্ষা প্ৰদানৰ অৰ্থে কাম কৰি থকা সকলোৰে শলাগ লৈছো। শ্ৰেষ্ঠ এছীয় সিংহৰ বাবে ভাৰত সদায়েই এক প্ৰাণোচ্ছল বাসস্থান হৈ থাকিব।”
*****
DS/TS/SB
(रिलीज़ आईडी: 1851177)
आगंतुक पटल : 167
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam