প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এথলেটিকছৰ পুৰুষৰ ট্ৰিপল জাম্পত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে এলধোচ পলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 07 AUG 2022 6:04PM by PIB Guwahati

বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত পুৰুষৰ ট্ৰিপল জাম্পত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে এলধোচ পলক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

 

"আজিৰ ট্ৰিপল জাম্প ইভেণ্টটো ঐতিহাসিক। আমাৰ খেলুৱৈসকলে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে। সোণৰ পদক অৰ্জন কৰা প্ৰতিভাশালী এলধোচ পলক অভিনন্দন যিয়ে পূৰ্বৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁৰ সমৰ্পণ প্ৰশংসনীয়। #Cheer4India"

 

***

DS/ST /KG


(Release ID: 1849619) Visitor Counter : 129