প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কমনৱেলথ গেমছত একেৰাহে তৃতীয়বাৰৰ বাবে পদক অৰ্জন কৰা বজৰং পুনিয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


ষ্টাৰ্টআপৰ সৈতে জড়িত যুৱক-যুৱতীসকলক হেণ্ডলুম ষ্টাৰ্টআপ গ্ৰেণ্ড চেলেঞ্জত অংশগ্ৰহণ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 07 AUG 2022 2:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ভাৰতৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্যৰ লগতে ভাৰতৰ কলাত্মক পৰম্পৰা উদযাপনৰ বাবে কাম কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে ষ্টাৰ্টআপৰ জগতখনৰ সৈতে জড়িত সকলো যুৱক-যুৱতীক হেণ্ডলুম ষ্টাৰ্টআপ গ্ৰেণ্ড চেলেঞ্জত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়।

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ভাৰতৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্যৰ লগতে ভাৰতৰ কলাত্মক পৰম্পৰা উদযাপনৰ বাবে কাম কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ #MyHandloomMyPride”

“এয়া শিপিনীসকলৰ বাবে ধাৰণা আৰু উদ্ভাৱনৰ এক উৎকৃষ্ট সুযোগ। ষ্টাৰ্টআপৰ জগতখনৰ সৈতে জড়িত সেই সকলো যুৱকক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো...#MyHandloomMyPride

 

***

 

DS/TS/DB


(रिलीज़ आईडी: 1849614) आगंतुक पटल : 205
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam