প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বক্সিংত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে ৰোহিত টোকাছক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 07 AUG 2022 8:23AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছত পুৰুষৰ ৬৭ কিলোগ্ৰাম বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰোহিত টোকাছক অভিনন্দন জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"ৰোহিত টোকাছৰ কৃতিত্বত আনন্দিত। বক্সিংত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে মই তেওঁক অভিনন্দন জনাইছো। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ে চমৎকাৰ ফলাফল লাভ কৰিছে। মই আশা কৰোঁ তেওঁলোকে আহিবলগীয়া সময়ত আৰু অধিক সফলতা অৰ্জন কৰিব। #Cheer4India"

***

DS/TS/RD


(रिलीज़ आईडी: 1849577) आगंतुक पटल : 124
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam