প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰেষ্টলাৰ পূজা গেহলোতক তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ বাবে উৎসাহিত কৰে
"পূজা আপোনাৰ পদক চেলিব্ৰেচনৰ কথা, ক্ষমাৰ নহয়"
পোষ্ট কৰা হৈছে:
07 AUG 2022 8:48AM by PIB Guwahati
এএনআইৰ এটা টুইট আছিল য'ত ৰেষ্টলাৰ পূজা গেহলোতে মহিলাৰ ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইল ৰেষ্টলিঙত ব্ৰঞ্জৰ পদক জয় কৰি ভাবুক হৈ পৰিছিল, প্ৰধানমন্ত্ৰীয়ে উত্তৰ দি পূজা গেহলোতক তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ বাবে উৎসাহিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"পূজা, আপোনাৰ এই পদক তো চেলিব্ৰেচনৰ কথা, ক্ষমাৰ নহয়। আপোনাৰ জীৱন যাত্ৰাই আমাক অনুপ্ৰাণিত কৰে, আপোনাৰ সফলতাই আমাক আনন্দিত কৰে। আপুনি আগলৈ বহু ডাঙৰ ডাঙৰ কাম কৰিব, এনেকৈয়ে জিলিকি থাকক !"
***
DS/ST
(ৰিলিজ আই ডি : 1849574)
অতিথি কক্ষ : 127
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam