প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহিলাৰ ৫০ কিলোগ্ৰাম ওজনৰ শাখাত কুস্তি প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে পূজা গেহলটক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
06 AUG 2022 10:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত মহিলাৰ ৫০ কিলোগ্ৰাম ওজনৰ শ্ৰেণীত কুস্তি প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে পূজা গেহলটক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"কুস্তিত ব্ৰঞ্জ জয় কৰাৰ বাবে পূজা গেহলটক অভিনন্দন। তেওঁ গোটেই যুঁজখনত সাহসেৰে যুঁজিছিল আৰু ক্ৰীড়াৰ জৰিয়তে ব্যতিক্ৰমী দক্ষতাৰ পৰিচয় দিছিল। তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাৰ বাবে তেওঁলোকক শুভেচ্ছা জনাইছো। #Cheer4India"
***
DS/ST/RD
(रिलीज़ आईडी: 1849572)
आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam