প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে বাৰ্মিংহাম কমনৱেলথ ২০২২ ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে সৌৰভ ঘোষালক অভিনন্দন জনাইছে

Posted On: 03 AUG 2022 11:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ বৰ্ষৰ বাৰ্মিংহাম চিডব্লিউজিত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে স্কোৱাছ খেলুৱৈ সৌৰভ ঘোষালক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"@SauravGhosal-য়ে সফলতাৰ নতুন উচ্চতাত আৰোহণ কৰা দেখি আনন্দিত হৈছো। তেওঁ বাৰ্মিংহামত ব্ৰঞ্জৰ পদকটো এটা অতি বিশেষ পদক। তেওঁক অভিনন্দন। তেওঁৰ সাফল্যই ভাৰতৰ যুৱসকলৰ মাজত স্কোৱাছৰ জনপ্ৰিয়তা বৃদ্ধি কৰাত সহায় কৰক।"

***

DS/ST/MANN



(Release ID: 1848406) Visitor Counter : 75