প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক নিজৰ ছ'চিয়েল মিডিয়া ডিপি সলাই ত্ৰিৰংগা ৰাখিবলৈ আহ্বান জনাইছে

प्रविष्टि तिथि: 02 AUG 2022 10:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক ঘৰে ঘৰে ত্ৰিৰংগাক সামূহিক অভিযান হিচাপে পালন কৰাৰ ক্ৰমত নিজৰ ছ'চিয়েল মিডিয়া ডিপি সলাই ত্ৰিৰংগা ৰাখিবলৈ আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"আজি ২ আগষ্ট বিশেষ! এনে সময়ত, যিসময়ত আমি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছো, আমাৰ দেশে #HarGharTiranga-ৰ বাবে সাজু, যি আমাৰ ত্ৰিৰংগাৰ উৎসৱ পালনৰ এটা সামূহিক অভিযান। মই নিজৰ ছ'চিয়েল মিডিয়া পেজবিলাকত ডিপি সলাই দিছো আৰু আপোনালোককো সকলোকে এনে কৰিবলৈ আহ্বান জনাইছো।"

 

***

DS/TS


(रिलीज़ आईडी: 1847319) आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada