প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জুলাইত ৬ বিলিয়ন ইউপিআই লেনদেনৰ প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 02 AUG 2022 10:44AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ পৰা জুলাইত সৰ্বাধিক ৬ বিলিয়ন ইউপিআই লেনদেনৰ অসাধাৰণ সাফল্যৰ বাবে প্ৰশংসা কৰে৷

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়. “এয়া এক অসাধাৰণ সাফল্য৷ এইটোৱে ভাৰতৰ জনতাই নতুন প্ৰযুক্তি আঁকোৱালি লোৱা আৰু অৰ্থনীতিক স্বচ্চ কৰি তোলাৰ সামগ্ৰিক সংকল্পৰে ইংগিত বহন কৰিছে৷ ডিজিটেল পেমেণ্টসমূহ বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ সময়ত অধিক সহায়ক আছিল৷”

***

DS/TS/DB



(Release ID: 1847315) Visitor Counter : 124