প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে কমনৱেলথ গেমছ ২০২২ত ৰূপৰ পদক জয় কৰাত ভাৰোত্তোলক বিদ্যাৰাণী দেৱীক অভিনন্দন জনায়
प्रविष्टि तिथि:
31 JUL 2022 8:11AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰোত্তোলক বিদ্যাৰাণী দেৱীক বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত ৰূপৰ পদক জয় কৰাত অভিনন্দন জনাইছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;
"চিডব্লিউজি, বাৰ্মিংহামত ৰূপৰ পদক জয় কৰাত বিদ্যাৰাণী দেৱীক অভিনন্দন। এই প্ৰাপ্তি তেওঁৰ দৃঢ়তাৰ অভিব্যক্তি আৰু ই প্ৰতিজন ভাৰতীয়ক বহুত আনন্দ দিছে। মই ভৱিষ্যতৰ প্ৰয়াসৰ বাবে তেওঁক শুভকামনা জনাইছো।"
***
DS/ST
(रिलीज़ आईडी: 1846779)
आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam