প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰ্মিংহামত অনুষ্ঠিত ‘চিডব্লিউজি’-ৰ আৰম্ভণী মুহূৰ্তত ভাৰতীয় খেলুৱৈ সকললৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 28 JUL 2022 11:02PM by PIB Guwahati

বাৰ্মিংহামত অনুষ্ঠিত ‘কমনৱেলথ্ ক্ৰীড়া সমাৰোহ’-ৰ আৰম্ভণী মুহূৰ্তত ভাৰতীয় খেলুৱৈসকললৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“বাৰ্মিংহামত অনুষ্ঠিত ‘চিডব্লিউজি, ২০২২’-ৰ আৰম্ভণী মুহূৰ্তত ভাৰতীয় খেলুৱৈসকললৈ শুভকামনা জনাইছো। আমাৰ খেলুৱৈসকলে সৰ্বোত্তম প্ৰদৰ্শন দাঙি ধৰিব আৰু তেওঁলোকৰ দুৰ্দান্ত ক্ৰীড়া-প্ৰদৰ্শনেৰে ভাৰতৰ জনতাক উজ্জীৱিত কৰি তুলিব বুলি মই নিশ্চয়কৈ কব পাৰো”।

 

***

DS/ST/KB



(Release ID: 1846469) Visitor Counter : 81