প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে কাৰ্গিল বিজয় দিৱসত সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

प्रविष्टि तिथि: 26 JUL 2022 9:18AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত সকলো বীৰ যোদ্ধাক তেওঁলোকৰ সাহস আৰু সৰ্বোচ্চ ত্যাগৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "কাৰ্গিল বিজয় দিৱস হৈছে মা ভাৰতীৰ সন্মান আৰু গৌৰৱৰ প্ৰতীক। এই উপলক্ষে মাতৃভূমিৰ প্ৰতিৰক্ষাত উৎকৃষ্ট সেৱা আগবঢ়োৱা দেশৰ সকলো বীৰ পুত্ৰক মই অভিবাদন জনাইছো। জয় হিন্দ!"

 

***

DS/SH/MS


(रिलीज़ आईडी: 1845279) आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam , Malayalam