প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘হৰ ঘৰ ত্ৰিৰংগা’ আন্দোলনৰ প্ৰতি জনসাধাৰণৰ উৎসাহ দেখি সন্তুষ্টি প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 22 JUL 2022 2:16PM by PIB Guwahati

হৰ ঘৰ ত্ৰিৰংগা আন্দোলনৰ প্ৰতি জনসাধাৰণৰ উৎসাহজনক সঁহাৰিৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সুখ প্ৰকাশ কৰিছে। MyGovIndiaৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“হৰ ঘৰ ত্ৰিৰংগা আন্দোলনৰ প্ৰতি দেশবাসীৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰি মই অতি আনন্দিত।”

 

***

DS/TS/MS


(रिलीज़ आईडी: 1844902) आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam