প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পি. গোপীনাথন নায়াৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
06 JUL 2022 10:05AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট গান্ধীবাদী আৰু স্বাধীনতা সংগ্ৰামী পি. গোপীনাথন নায়াৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ
"ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ আগবঢ়োৱা বৰঙণি আৰু গান্ধীবাদী নীতিৰাজিৰ প্ৰতি অটল অংগীকাৰৰ বাবে পি. গোপীনাথন নায়াৰ স্মৰণীয় হৈ থাকিব। তেওঁৰ দেহাৱসানত মৰ্মাহত হৈছো। মই তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকলক সমবেদনা জনালো। ঔম শান্তি।"
***
DS/SH/SB
(रिलीज़ आईडी: 1841450)
आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam