প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তামিলনাডুৰ চেংগালপাট্টুত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
08 JUL 2022 12:44PM by PIB Guwahati
তামিলনাডুৰ চেংগালপাট্টু জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এইদৰে টুইট কৰিছে;
"চেংগালপাট্টুত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণহানি হোৱাৰ খবৰে ব্যথিত কৰিছে। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য লাভ কৰকঃপ্ৰধানমন্ত্ৰী @narendramodi"
***
DS/ST/KG
(ৰিলিজ আই ডি : 1840650)
অতিথি কক্ষ : 154
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam