প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে শ্বিঞ্জোৰ ওপৰত হোৱা আক্ৰমণত স্তম্ভিত

प्रविष्टि तिथि: 08 JUL 2022 11:33AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে শ্বিঞ্জোৰ ওপৰত হোৱা আক্ৰমণত স্তম্ভিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"মোৰ প্ৰিয় বন্ধু আবে শ্বিঞ্জোৰ ওপৰত হোৱা আক্ৰমণত অত্যন্ত ব্যথিত হৈছো। মোৰ সমবেদনা আৰু প্ৰাৰ্থনা তেওঁৰ, তেওঁৰ পৰিয়াল আৰু জাপানৰ জনসাধাৰণৰ সৈতে আছে।"

 

***

DS/ST


(रिलीज़ आईडी: 1840196) आगंतुक पटल : 114
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam