প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৪৬ সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
Posted On:
04 JUL 2022 11:40PM by PIB Guwahati
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৪৬ সংখ্যক স্বাধীনতা দিৱসত উপলক্ষে ৰাষ্ট্ৰপতি জো বাইডেন, উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৪৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে @POTUS @JoeBiden, @VP @KamalaHarris আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণক মোৰ উষ্ম শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ।"
*****************
DS/ST/KG
(Release ID: 1839450)
Visitor Counter : 143
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam