পোষ্ট কৰা হৈছে:
04 JUL 2022 11:40PM by PIB Guwahati
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৪৬ সংখ্যক স্বাধীনতা দিৱসত উপলক্ষে ৰাষ্ট্ৰপতি জো বাইডেন, উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৪৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে @POTUS @JoeBiden, @VP @KamalaHarris আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণক মোৰ উষ্ম শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ।"
*****************
DS/ST/KG