প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘পেৰা শ্বুটিং বিশ্বকাপ’ত সোণৰ পদক বিজয়ৰ বাবে ভাৰতীয় ‘শ্বুটাৰ’ শ্ৰীহৰ্ষ দেৱৰেড্ডীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 08 JUN 2022 11:23AM by PIB Guwahati

‘পেৰা শ্বুটিং বিশ্বকাপ’ত সোণৰ পদক বিজয়ৰ বাবে ভাৰতীয় ‘শ্বুটাৰ’ শ্ৰীহৰ্ষ দেৱৰেড্ডীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

‘ভাৰতীয় ক্ৰীড়া প্ৰধিকৰণ’ৰ এক টুইট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা এক বাৰ্তাত কয়;

“সোণৰ পদক জয় কৰা শ্ৰীহৰ্ষ দেৱৰেড্ডীক লৈ গৌৰৱান্বিত হৈছো। তেওঁৰ দৃঢ় সংকল্প গ্ৰহণৰ নিদৰ্শন সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। ভৱিষ্যতৰ প্ৰয়াসসমূহৰ বাবে তেওঁলৈ শুভকামনা জনাইছো”। https://t.co/z9g42AHng3 — Narendra Modi (@narendramodi) June 8, 2022

 

***

DS/ST/KB


(रिलीज़ आईडी: 1837269) आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam