প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রীয়ে ফক্সকনৰ চেয়াৰমেন মিঃ ইয়ং লিউৰ সৈতে সাক্ষাৎ কৰে

प्रविष्टि तिथि: 23 JUN 2022 4:18PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ফক্সকনৰ চেয়াৰমেন মিঃ ইয়ং লিউৰ সৈতে সাক্ষাৎ কৰিছে।

এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে, “ফক্সকনৰ চেয়াৰমেন মিঃ ইয়ং লিউৰ সৈতে সাক্ষাৎ কৰি মই আনন্দিত। ভাৰতত ছেমিকণ্ডাক্টৰ সহ বৈদ্যুতিন ক্ষেত্রত উৎপাদন বঢ়োৱাৰ বিষয়ে তেওঁলোকৰ পৰিকল্পনাক মই আদৰণি জানাইছো। নেট জিৰো নির্গমনৰ ক্ষেত্রত ই-যানবাহন নির্মাণত আমি প্রতিশ্রুতিবদ্ধ”।

 

***

DS/AK


(रिलीज़ आईडी: 1836707) आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam