প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ইনফ্ৰা গতিৰ ৮ বছৰ’ৰ সবিশেষ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 06 JUN 2022 3:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে #8YearsOfInfraGatiৰ অধীনত চৰকাৰে ৮ বছৰত সম্পন্ন কৰা আন্তঃগাঁথনিমূলক উন্নয়নৰ সবিশেষ শ্বেয়াৰ কৰে৷

টুইটযোগে প্ৰধানমন্ত্ৰী,

“উন্নয় বিমান যোগাযোগ৷

অধিক চহৰত মেট্ৰ’ পৰিবহণ৷

আন্তঃগাঁথনিৰ দিশত অভিলেখসংখ্যক পদক্ষেপ৷

ৰে’লৱেৰ আধুনিকীকৰণ৷

এয়া হৈছে আমাৰ জনসাধাৰণৰ বাবে ভাৰতে কিদৰে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে, তাৰ এক আলোকপাত৷ #8YearsOfInfraGati”

“৮ বছৰত যিদৰে আন্তঃগাঁথনি খণ্ডত ক্ষিপ্ৰতাৰে বিকাশ হৈছে, সেইটোৱে নতুন ভাৰতৰ সহনশীলতাকে প্ৰদৰ্শিত কৰিছে৷ পথ, বিমান বন্দৰ, ৰে’লৱে আন্তঃগাঁথনি আৰু জাহাজ বন্দৰৰ নিৰ্মাণ লগতে বৰ্তমান পিএম গতিশক্তিৰ জৰিয়তে এই ক্ষেত্ৰত নতুন গতি লাভ কৰিছে৷ #8YearsOfInfraGati”

 

***

DS/ST/DB



(Release ID: 1835031) Visitor Counter : 102