প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ইনফ্ৰা গতিৰ ৮ বছৰ’ৰ সবিশেষ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
Posted On:
06 JUN 2022 3:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে #8YearsOfInfraGatiৰ অধীনত চৰকাৰে ৮ বছৰত সম্পন্ন কৰা আন্তঃগাঁথনিমূলক উন্নয়নৰ সবিশেষ শ্বেয়াৰ কৰে৷
টুইটযোগে প্ৰধানমন্ত্ৰী,
“উন্নয় বিমান যোগাযোগ৷
অধিক চহৰত মেট্ৰ’ পৰিবহণ৷
আন্তঃগাঁথনিৰ দিশত অভিলেখসংখ্যক পদক্ষেপ৷
ৰে’লৱেৰ আধুনিকীকৰণ৷
এয়া হৈছে আমাৰ জনসাধাৰণৰ বাবে ভাৰতে কিদৰে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে, তাৰ এক আলোকপাত৷ #8YearsOfInfraGati”
“৮ বছৰত যিদৰে আন্তঃগাঁথনি খণ্ডত ক্ষিপ্ৰতাৰে বিকাশ হৈছে, সেইটোৱে নতুন ভাৰতৰ সহনশীলতাকে প্ৰদৰ্শিত কৰিছে৷ পথ, বিমান বন্দৰ, ৰে’লৱে আন্তঃগাঁথনি আৰু জাহাজ বন্দৰৰ নিৰ্মাণ লগতে বৰ্তমান পিএম গতিশক্তিৰ জৰিয়তে এই ক্ষেত্ৰত নতুন গতি লাভ কৰিছে৷ #8YearsOfInfraGati”
***
DS/ST/DB
(Release ID: 1835031)
Visitor Counter : 139
Read this release in:
Bengali
,
Tamil
,
Telugu
,
Kannada
,
Malayalam
,
English
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia