প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

যোগত বহুতো শ্বাস-প্ৰশ্বাসৰ ব্যায়াম অন্তৰ্ভুক্ত থাকে যিবোৰ বিভিন্ন ধৰণে স্বাস্থ্যৰ বাবে উপকাৰী: প্ৰধানমন্ত্ৰী

Posted On: 16 JUN 2022 11:42AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আসনসমূহৰ উপৰিও যোগাভ্যাসত বিভিন্ন ধৰণৰ শ্বাস-প্ৰশ্বাসৰ ব্যায়ামো অন্তৰ্ভুক্ত থাকে, যিবোৰ বিভিন্ন ধৰণে স্বাস্থ্যৰ বাবে উপকাৰী। শ্ৰী মোদীয়ে যোগাভ্যাসৰ বিৱৰণ দিয়া এটা ভিডিঅ'ও শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

"আসনৰ উপৰিও, যোগত বিভিন্ন প্ৰকাৰৰ শ্বাস-প্ৰশ্বাসৰ ব্যায়ামও অন্তৰ্ভুক্ত থাকে যি বোৰ বিভিন্ন ধৰণে স্বাস্থ্যৰ বাবে উপকাৰী। এই ভিডিঅ'টোৱে এই ব্যায়ামবোৰৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে। "

 

***

DS/ST/RD



(Release ID: 1834993) Visitor Counter : 145