গৃহ মন্ত্ৰালয়

সকলো চৰকাৰী বিভাগ তথা মন্ত্ৰালয়ত আগন্তুক ১.৫ বছৰৰ ভিতৰত ‘মিছন মোড’ত ১০ লাখ লোকক নিযুক্তি প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া নিৰ্দেশৰ বাবে তেওঁক ধন্যবাদ জনাইছে কেন্দ্ৰীয় ‘গৃহ তথা সমবায়’ মন্ত্ৰী শ্ৰী অমিত শ্বাহে

নতুন ভাৰতৰ আধাৰ হৈছে ভাৰতৰ যুৱ-শক্তি, যাক সামৰ্থ্যবান কৰি তোলাৰ বাবে মোদী জী নিৰন্তৰ কাৰ্যৰত হৈ আহিছে আৰু মোদী জীৰ দ্বাৰা সকলো চৰকাৰী বিভাগ তথা মন্ত্ৰালয়ত ১.৫ বছৰত ‘মিছন মোড’ত ১০ লাখ লোকক নিয়োজিত কৰাৰ নিৰ্দেশে যুৱ-প্ৰজন্মৰ মাজত নতুন আশা আৰু বিশ্বাসৰ সঞ্চাৰ কৰিব

১.৫ বছৰত সকলো চৰকাৰী বিভাগ তথা মন্ত্ৰালয়ত ১০ লাখ লোকক নিযুক্তি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে খালী থকা পদসমূহত ‘মিছন মোড’ত নিযুক্তি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে

Posted On: 14 JUN 2022 2:44PM by PIB Guwahati

সকলো চৰকাৰী বিভাগ তথা মন্ত্ৰালয়ত আগন্তুক ১.৫ বছৰৰ ভিতৰত ‘মিছন মোড’ত ১০ লাখ লোকক নিযুক্তি প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া নিৰ্দেশৰ বাবে তেওঁক ধন্যবাদ জনাইছে কেন্দ্ৰীয় ‘গৃহ তথা সমবায়’ মন্ত্ৰী শ্ৰী অমিত শ্বাহে।

 

নতুন ভাৰতৰ আধাৰ হৈছে ভাৰতৰ যুৱ-শক্তি, যাক সামৰ্থ্যবান কৰি তোলাৰ বাবে মোদী জী নিৰন্তৰ কাৰ্যৰত হৈ আহিছে আৰু মোদী জীৰ দ্বাৰা সকলো চৰকাৰী বিভাগ তথা মন্ত্ৰালয়ত ১.৫ বছৰত ‘মিছন মোড’ত ১০ লাখ লোকক নিয়োজিত কৰাৰ নিৰ্দেশে যুৱ-প্ৰজন্মৰ মাজত নতুন আশা আৰু বিশ্বাসৰ সঞ্চাৰ কৰিব।

 

আগন্তুক ১.৫টা বছৰত সকলো চৰকাৰী বিভাগ তথা মন্ত্ৰালয়ত ১০ লাখ লোকক নিযুক্তি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে খালী থকা পদসমূহত ‘মিছন মোড’ত নিযুক্তি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে।

 

 

***

एनडब्ल्यू / एवाई / आरआर/KB



(Release ID: 1834388) Visitor Counter : 87