প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফ্ৰান্সৰ চেট্ট্ৰ’ৰ’ত অনুষ্ঠিত পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে মনীষ নৰৱাল আৰু ৰুবিনা ফ্ৰান্সিছক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
08 JUN 2022 8:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ চেট্ট্ৰ’ৰ’ত অনুষ্ঠিত পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে মনীষ নৰৱাল আৰু ৰুবিনা ফ্ৰান্সিছক অভিনন্দন জনাইছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে,
"#Chateauroux2022ত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰা মনীষ নৰৱাল আৰু ৰুবিনা ফ্ৰান্সিছক লৈ গৌৰৱবোধ কৰিছো।
এই বিশেষ বিজয়ৰ বাবে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিলো। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালো৷”
***
DS/AK/DB
(रिलीज़ आईडी: 1832853)
आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam