প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লাডাখত বাছ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ জোৱানৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 27 MAY 2022 7:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখত সংঘটিত বাছ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ জোৱানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"লাডাখত সংঘটিত বাছ দুৰ্ঘটনাত আমাৰ সাহসী সেনা জোৱানসকলক হেৰুৱাবলগীয়া হোৱাত শোকাহত হৈছো। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো। আহতসকল যেন অতি সোনকালে সুস্থ হৈ উঠে, মই তাৰে কামনা কৰিছো। দুৰ্ঘটনাগ্ৰস্তসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হৈছে।"

 

***

DS/SH/SB


(रिलीज़ आईडी: 1829699) आगंतुक पटल : 187
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada