প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজ্য প্ৰতিস্থা দিৱসত গোৱাবাসীলৈ শুভকামনা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 30 MAY 2022 3:08PM by PIB Guwahati

ৰাজ্য প্ৰতিস্থা দিৱস উপলক্ষে গোৱাৰ নাগৰিকসকললৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“ৰাজ্য প্ৰতিস্থা দিৱসত গোৱাবাসীলৈ মোৰ শুভকামনা জনাইছো। এইখন প্ৰাকৃতিক সৌন্দৰ্য্য আৰু উদ্যোগী লোকৰে আৰ্শীৰাদপুষ্ট এখন ৰাজ্য। পৃথিৱীৰ সকলো প্ৰান্তৰ লোকক ই আকৰ্ষিত কৰে। আগন্তুক বছৰবোৰত গোৱাই প্ৰগতিৰ নতুন উচ্চতা স্পৰ্শ কৰক, মই এই প্ৰাৰ্থনাই জনাইছো”।

 

***

DS/SH/KB


(रिलीज़ आईडी: 1829611) आगंतुक पटल : 168
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam