পোষ্ট কৰা হৈছে:
17 MAY 2022 9:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সদ্যসমাপ্ত ডিফিলিম্পিকত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলক অভিনন্দন জনাইছে৷
২১ মে’ত তেওঁ ভাৰতীয় দলটোক অভ্যৰ্থনা জনাব৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সদ্যসমাপ্ত ডিফিলিম্পিকত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলক অভিনন্দন জনাইছো! আমাৰ দলটোৰ প্ৰতিগৰাকী খেলুৱৈ আমাৰ নাগৰিকসকলৰ বাবে এক প্ৰেৰণা৷
২১ মে’ৰ পুৱা মোৰ বাসগৃহত সমগ্ৰ দলটোক মই অভ্যৰ্থনা জনাম৷”
***
DS/AK/DB